আন্তঃৰাষ্ট্ৰীয় মান সংস্থা ৩১৬৬-২:আই এন
From Wikipedia, the free encyclopedia
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
<
অধিক তথ্য সংকেত, Subdivision নাম ...
সংকেত | Subdivision নাম | Subdivision শ্ৰেণী |
---|---|---|
IN-AP | অন্ধ্ৰ প্ৰদেশ | ৰাজ্য |
IN-AR | অৰুণাচল প্ৰদেশ | ৰাজ্য |
IN-AS | অসম | ৰাজ্য |
IN-BR | বিহাৰ | ৰাজ্য |
IN-CT | ছত্তীচগড় | ৰাজ্য |
IN-GA | গোৱা | ৰাজ্য |
IN-GJ | গুজৰাট | ৰাজ্য |
IN-HR | হাৰিয়ানা | ৰাজ্য |
IN-HP | হিমাচল প্ৰদেশ | ৰাজ্য |
IN-JK | জম্মু আৰু কাশ্মীৰ | ৰাজ্য |
IN-JH | ঝাৰখণ্ড | ৰাজ্য |
IN-KA | কৰ্ণাটক | ৰাজ্য |
IN-KL | কেৰালা | ৰাজ্য |
IN-MP | মধ্য প্ৰদেশ | ৰাজ্য |
IN-MH | মহাৰাষ্ট্ৰ | ৰাজ্য |
IN-MN | মণিপুৰ | ৰাজ্য |
IN-ML | মেঘালয় | ৰাজ্য |
IN-MZ | মিজোৰাম | ৰাজ্য |
IN-NL | নাগালেণ্ড | ৰাজ্য |
IN-OR | উৰিষ্যা[note 1] | ৰাজ্য |
IN-PB | পঞ্জাব | ৰাজ্য |
IN-RJ | ৰাজস্থান | ৰাজ্য |
IN-SK | ছিক্কিম | ৰাজ্য |
IN-TN | তামিলনাডু | ৰাজ্য |
IN-TR | ত্ৰিপুৰা | ৰাজ্য |
IN-UT | উত্তৰাখণ্ড | ৰাজ্য |
IN-UP | উত্তৰ প্ৰদেশ !উত্তৰ প্ৰদেশ | ৰাজ্য |
IN-WB | পশ্চিম বংগ | ৰাজ্য |
IN-AN | আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ | কেন্দ্ৰীয়শাসিত অঞ্চল |
IN-CH | চণ্ডীগড় | কেন্দ্ৰীয়শাসিত অঞ্চল |
IN-DN | দাদৰা আৰু নগৰ হাৱেলী | কেন্দ্ৰীয়শাসিত অঞ্চল |
IN-DD | দমন আৰু দিউ | কেন্দ্ৰীয়শাসিত অঞ্চল |
IN-DL | দিল্লী | কেন্দ্ৰীয়শাসিত অঞ্চল |
IN-LD | লাক্ষাদ্বীপ | কেন্দ্ৰীয়শাসিত অঞ্চল |
IN-PY | পণ্ডিছেৰী | কেন্দ্ৰীয়শাসিত অঞ্চল |
বন্ধ কৰক
- টোকা
- ২০১১ ত উৰিষ্যাৰ "ইংৰাজী" বানান আগিকাৰিকভাৱে Odisha লৈ সলনি কৰা হৈছিল