দ্য ষ্টাৰী নাইট
From Wikipedia, the free encyclopedia
দ্য ষ্টাৰী নাইট হৈছে ডাচ পোষ্ট-ইম্প্ৰেছনিষ্ট চিত্ৰশিল্পী ভিনচেণ্ট ভেন গঘৰ দ্বাৰা তৈল মাধ্যমত কৰা এখন কেনভাচ চিত্ৰ ।এই চিত্ৰ খন ১৮৮৯ চনৰ জুন মাহত অংকিত কৰা হৈছিল , ইয়াত সূৰ্যোদয়ৰ ঠিক আগতে ছেইণ্ট-ৰেমি-ডি-প্ৰভেন্সত থকা তেওঁৰ আশ্ৰয় কোঠাৰ পূব দিশৰ খিৰিকীৰ পৰা দৃশ্যটো দেখুওৱা হৈছে, য'ত এখন কাল্পনিক গাওঁ যোগ দিয়া হৈছে।[1][2]এই চিত্ৰ খন ১৯৪১ চনৰ পৰা নিউয়ৰ্ক চহৰৰ আধুনিক কলা সংগ্ৰহালয়ৰ স্থায়ী সংগ্ৰহত আছে, যি লিলি পি ব্লিছ বেকুৱেষ্টৰ জৰিয়তে অধিগ্ৰহণ কৰা হৈছে। এই চিত্ৰক ভেন গঘৰ প্ৰসিদ্ধ ৰচনা হিচাপে ব্যাপকভাৱে গণ্য কৰা হয়, দ্য ষ্টাৰী নাইট হৈছে পাশ্চাত্য কলাৰ আটাইতকৈ স্বীকৃত চিত্ৰসমূহৰ ভিতৰত এখন।[3][4]
ক্ষিপ্ৰ তথ্য শিল্পী, বছৰ ...
শিল্পী | ভিনচেণ্ট ভেন গঘ |
---|---|
বছৰ | ১৮৮৯ |
আয়তন | ৭৩.৭ চেণ্টিমিটাৰ × ৯২.১ চেণ্টিমিটাৰ (২৮.৭ ইন্স × ৩৬ ১⁄৪ ইন্স) |
অৱস্থিতি | মিউজিয়াম অফ মডাৰ্ণ আৰ্ট, নিউইয়ৰ্ক |
বন্ধ কৰক