ৰাজস্থান
ভাৰতৰ এখন ৰাজ্য / From Wikipedia, the free encyclopedia
ৰাজস্থান (ইংৰাজী: Rajasthan) ভাৰতৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন ৰাজ্য। ই মাটিকালিৰ ফালৰপৰা ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। 'ৰাজস্থান'ৰ অৰ্থ 'ৰজা থকা ঠাই'।[1] ৩৩°৩ উত্তৰ অক্ষাংশৰপৰা ৩১°১২ উত্তৰ অক্ষাংশৰ আৰু ৬৯°৩০ পূব দ্ৰাঘিমাংশৰপৰা ৭৮°১৭ পূব দ্ৰাঘিমাংশৰ অন্তৰ্গত ৰাজস্থানৰ জলবায়ু যেনেদৰে বিচিত্ৰ তেনেদৰেই অন্যতম এই ভূমিৰ ঐতিহ্য, শিল্প আৰু সংস্কৃতিও বিচিত্ৰ।
ক্ষিপ্ৰ তথ্য ৰাজস্থান राजस्थान, দেশ ...
ৰাজস্থান राजस्थान |
|
---|---|
— ৰাজ্য — | |
ভাৰতত ৰাজস্থানৰ অৱস্থান | |
ৰাজস্থানৰ মানচিত্ৰ | |
ভৌগোলিক স্থানাংক (জয়পুৰ): 26.57268°N 73.83902°E / 26.57268; 73.83902 | |
দেশ | ভাৰত |
প্ৰতিষ্ঠা | ১ নৱেম্বৰ, ১৯৫৬ |
ৰাজধানী | জয়পুৰ |
জিলাসমূহ | ৩৩ খন |
চৰকাৰ | |
- ৰাজ্যপাল | Margaret Alva |
- মুখ্যমন্ত্ৰী | Ashok Gehlot (INC) |
- বিধান সভা | এককক্ষীয় (২০০খন আসন) |
- লোকসভা সমষ্টি | ২৫ |
- High Court | Rajasthan High Court |
মাটিকালি | |
- মুঠ | ৩,৪২,২৩৯ কি.মি.২ (১,৩২,১৩৯.২ বৰ্গ মাইল) |
অঞ্চলৰ স্থানাংক | প্ৰথম |
জনসংখ্যা (২০১১) | |
- মুঠ | ৬,৮৬,২১,০১২ জন |
- স্থান | অষ্টমতম |
- জনঘনত্ব | ২০১ প্ৰতি বৰ্গ কি.মি. (৫২০.৬ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভামাস (গ্ৰী.মা.স.+০৫:৩০) |
আই এচ অ’ ৩১৬৬ কোড | IN-RJ |
HDI | 0.637 (medium) |
HDI rank | 21st (2005) |
শিক্ষিত হাৰ | ৬৮% (বিংশতম) |
চৰকাৰী ভাষা | হিন্দী |
ৱেবছাইট | rajasthan.gov.in |
বন্ধ কৰক