গোদাৱৰী নদী
ভাৰতৰ নদী / From Wikipedia, the free encyclopedia
গোদাৱৰী দক্ষিণ ভাৰতৰ এখন মুখ্য নদী। ইয়াৰ উৎপত্তি পশ্চিমঘাট পৰ্বত শ্ৰেণীৰ অন্তৰ্গত ত্ৰিম্বক পৰ্বতৰ পৰা হৈছে। ইয়াৰ দীঘ প্ৰায় ১৪৬৫ কিলোমিটাৰ। গোদাৱৰী নদীৰ মুখ্য উপনদীসমূহ হ'ল ক্ৰমে প্ৰাণহিতা, ইন্দ্ৰাৱতী, মঞ্জিৰা। এই নদীখন মহাৰাষ্ট্ৰ, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশেৰে বৈ গৈ ৰাজহমুন্দী চহৰৰ সমীপ বংগোপসাগৰত মিলিত হয়।
[4]
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
ক্ষিপ্ৰ তথ্য দেশ, প্ৰদেশসমূহ ...
গোদাৱৰী | |
নদী | |
খাম্মাম জিলাত গোদাৱৰী নদীত থকা নদীবান্ধ | |
দেশ | ভাৰত |
---|---|
প্ৰদেশসমূহ | মহাৰাষ্ট্ৰ, টেলেংগানা, চত্তিছগড়, অন্ধ্ৰ প্ৰদেশ, পণ্ডিচেৰী (য়ানাম) |
অঞ্চল | দক্ষিণ ভাৰত, পশ্চিম ভাৰত |
উপনৈ | |
- বাঁওদিশত | বানগংগা, কাৰ্ৱা, শিৱানা, পূৰ্ণ, কদম, প্ৰাণাহিতা, ইন্দ্ৰাৱতী, তালিপেৰু, ছাবাৰি |
- সোঁদিশত | নাছাৰ্ডি, দৰ্ণা, প্ৰভাৰা, সিন্দফনা, মঞ্জিৰা, মানাইৰ, কিন্নেৰাশানী |
চহৰসমূহ | নাছিক, নান্দেদ, ৰামাগোন্দম, ৰাজামুণ্ড্ৰী, ভদ্ৰাচলম |
উৎস | |
- অৱস্থান | ব্ৰহ্মগিৰি পৰ্বত, ত্ৰাম্বাকেশ্বৰ, নাছিক, মহাৰাষ্ট্ৰ, ভাৰত |
- উচ্চতা | ৯২০ মি (৩,০১৮ ফুট) |
- স্থানাঙ্ক | 19°55′48″N 73°31′39″E |
মোহনা | |
- অৱস্থান | অন্তৰদেৱীৰ পৰা বংগোপসাগৰ, পূৱ গোদাৱৰী, অন্ধ্ৰ প্ৰদেশ, ভাৰত |
- উচ্চতা | ০ মি (০ ফুট) |
- স্থানাঙ্ক | 17°0′N 81°48′E [1] |
দৈৰ্ঘ্য | ১,৪৬৫ কিমি (৯১০ মাইল) |
অৱবাহিকা | ৩,১২,৮১২ বৰ্গকিমি (১,২০,৭৭৭ বৰ্গমাইল) |
প্ৰবাহ | |
- গড় | ৩,৫০৫ ঘনমিটাৰ/ছেকেণ্ড (১,২৩,৭৭৮ ঘনফুট/ছেকেণ্ড) [2] |
Discharge elsewhere (average) | |
- পলাৱৰম (১৯০১-১৯৭৯) | ৩,০৬১.১৮ ঘনমিটাৰ/ছেকেণ্ড (১,০৮,১০৫ ঘনফুট/ছেকেণ্ড) [3] |
বন্ধ কৰক